ভোক (Hunger)
the insatiable hunger
ভোক
হই।
লোভ এ পাপ, পাপ এ মৃত্য়ু
কিন্তু এইতু মোৰ লোভ নহয়,
ভোক হে
পাৰ্থক্য আছে।
বহুদিন ধৰি অনুভব কৰিছো,
মোৰ ভোক নপলায়।
চেষ্টা কৰো,
কিন্তু মই অসমৰ্থ
চিঞৰি যাঁও, "ভোক লাগিছে মোৰ"।
এই ভোকে মোক বলিয়া কৰিছে।
এই ভোকৰ সন্ত্ৰাহে বান্দৰ ৰ নিচিনা নচুৱাইছে মোক।
উপাই নাই, যি পাঁও তাকে খাঁও।
ধন আছে যদিও মই অৰ্থহীন, অধিকাৰহীন।
Continue Reading
Next:
leftover dirt
Previous:
Declutter your digital life