ভোক

হই।
লোভ এ পাপ, পাপ এ মৃত্য়ু
কিন্তু এইতু মোৰ লোভ নহ​য়,
ভোক হে
পাৰ্থক্য আছে।

বহুদিন ধ​ৰি অনুভব ক​ৰিছো,
মোৰ ভোক নপলায়।
চেষ্টা ক​ৰো,
কিন্তু মই অসম​ৰ্থ​
চিঞৰি যাঁও, "ভোক লাগিছে মোৰ"।

এই ভোকে মোক বলিয়া ক​ৰিছে।
এই ভোকৰ সন্ত্ৰাহে বান্দ​ৰ ৰ নিচিনা নচুৱাইছে মোক।

উপাই নাই, যি পাঁও তাকে খাঁও।
ধন আছে যদিও মই অৰ্থহীন, অধিকাৰহীন।

read the blog


Continue Reading Fiction

Next:
Previous: